Bimrisha The depth of thinking!

lnb-fe 0

লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাত লোকজীৱন আৰু জাতীয় চেতনা

দেৱৰাজ মিলি সমীয়া কাব্য কাননত ৰমন্যাসিক আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা কবি লক্ষ্মীনাথ বেজবৰুৱা। তেওঁৰ ৰচিত দুখন কবিতা পুথিৰ প্ৰথমখন ‘কবিতা হয় যদি হওক, নহয় যদি নহওক’ বুলি নিজে লিখা পাতনিৰে সমৃদ্ধ ৪৮টা কবিতাৰ সমষ্টি...

imran-shah 0

বিশিষ্ট কথাশিল্পী, অসম সাহিত্য সভাৰ সভাপতি ইমৰান শ্বাহৰ সৈতে

স্বনামধন্য কথাশিল্পী ‘বনবাসী’, ‘জবানবন্দী’ৰ স্ৰষ্টা তথা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ইমৰান শ্বাহদেৱক আমি ‘বিমৃশা’ আলোচনীৰ তৰফৰ পৰা এখন্তেক আত্মিক পৰিবেশত লগ পাইছিলো। ইমৰান শ্বাহৰ লেখনিত অসমৰ কেঁচা-কোমল মাটিৰ আলসুৱা অভিব্যক্তি লক্ষ্য কৰা যায়।...

xamayiki-logo 0

ডিচপ’জেবল

ভূপেন শৰ্মা এক. মাৰ গাঁৱত কালীপদ নামৰ এজন LMP (Lower Medical Practitioner) ডাক্তৰ আছিল। ষ্টেথ’স্কোপডালৰ লগতে সোণালী ৰঙৰ বেজীযুক্ত এটা চিৰিঞ্জ তেওঁৰ চামৰাৰ মোনাখনত থাকে। বেমাৰীৰ ঘৰত উপস্থিত হৈ বেজী দিবলগীয়া থাকিলে ওচৰত থকাজনক...

nilim-kumarar-kabita 1

ভ্ৰমণ

নীলিম কুমাৰ তুমি যদি দূৰ ভ্ৰমণলৈ যোৱা মোৰ কাৰণেও এটা টিকেট কাটিবা তোমাৰ সৰু সৰু যাত্ৰাত তুমিতো সদায় মোক লৈ যোৱা ময়ো যাওঁ বিনা ভাড়াতে কেতিয়াবা তোমাৰ মানিবেগতে সোমাই (সকলোৰে গোপন ইচ্ছা থাকে জীয়াই...

quiz 0

আমাৰ প্ৰশ্ন, আপোনাৰ উত্তৰ : ডিচেম্বৰ ২০১৩

তলৰ প্ৰশ্নসমূহৰ চাৰিটাকৈ বিকল্প আছে; তাৰে মাথোন এটা শুদ্ধ। শুদ্ধ বুলি ভবা উত্তৰটোৰ বাওঁফালৰ ৰেডিঅ’ বাটনত ক্লিক কৰি আপোনাৰ উত্তৰসমূহ দাখিল কৰক। শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম অহা সংখ্যাত প্ৰকাশ কৰা হ’ব।

school-prayer 0

প্ৰাতঃসভা

তিলক গোস্বামী দেহ আৰু মনৰ আধ্যাত্মিক প্ৰশান্তি লাভ কৰাৰ এক সুন্দৰ মাধ্যম হ’ল প্ৰাৰ্থনা। ৰাতিপুৱা শুই উঠি গা ধুই কৰা প্ৰাৰ্থনাক প্ৰাতঃ প্ৰাৰ্থনা আৰু সন্ধিয়া কৰা প্ৰাৰ্থনাক সান্ধ্য প্ৰাৰ্থনা বোলে। ইয়াৰ দ্বাৰা প্ৰাপ্ত আধ্যাত্মিক...

adhyayan 0

Sociometric Test (Method)

Dr Bhadra Phukan In any teaching learning situation interaction among the students can not be ignored. The teaching learning process is generally done in a group. Therefore, the group characteristics which influence the individual...

adhyayan 0

পাঠ পৰিকল্পনা

গোলাপ বৰা শিক্ষণ প্ৰক্ৰিয়াত পাঠ আঁচনি বা পৰিকল্পনাৰ ভূমিকা অপৰিসীম। শিক্ষণৰ সফলতা নিৰ্ভৰ কৰে প্ৰণালীবদ্ধ পাঠ পৰিকল্পনাৰ ওপৰত। শিক্ষণৰ বাবে কৌশল আৰু পদ্ধতি এই দুয়োটাৰেই প্ৰয়োজন। শিক্ষণে পূৰ্বৱৰ্তী স্তৰ, কাৰ্যকৰী স্তৰ আৰু উত্তৰৱৰ্তী স্তৰ...

prabandha 0

বৰ্তমানৰ শিক্ষা ব্যৱস্থাত শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য

উষা বৰদলৈ সময় পৰিৱৰ্তনশীল। এই পৰিৱৰ্তনশীল সময়ৰ লগত খাপ খাই চলিবৰ বাবে বৰ্তমান সময়ছোৱাত শিক্ষকসকলৰ দায়িত্ব আৰু কৰ্তব্য দিনক দিনে বৃদ্ধি পাই আহিছে। আমি সকলোৱেই জানো যে শিক্ষা কাৰ্যৰ প্ৰধান পৰিচালকজনেই হৈছে শিক্ষক। শিক্ষাৰ...

nijam-nishar-malita 0

নিজম নিশাৰ মালিতা

অজিত ভৰালী সাম্প্ৰতিক তৰুণ কবিকসকলৰ ভিতৰত সম্ভৱনাময় এগৰাকী কবি কুন্তলা কল্যাণী সন্দিকৈ। তেওঁৰ প্ৰথম প্ৰকাশিত একক কবিতাৰ সংকলন ‘নিজম নিশাৰ মালিতা’। সুন্দৰ প্ৰচ্ছদৰ সংকলনখনিত পঞ্চাশটা কবিতা সন্নিৱিষ্ট কৰা হৈছে। জীৱন বাস্তৱক অতি সৰল আৰু...

rup-aparup 0

সৌন্দৰ্য চৰ্চাৰ ইটো-সিটো

অৰ্পিতা বৰা ন্দৰ্য চৰ্চা পৃথিৱীৰ এক প্ৰাচীনতম কলা। মানুহৰ মৌলিক প্ৰয়োজনৰ ঠিক পাছতেই আমি এই কলাক স্থান দিব পাৰো। কিয়নো প্ৰত্যেকজন মানুহৰ মনত সৌন্দৰ্যবোধৰ ধাৰণাটো নিহিত হৈ থাকে। আগেতও আছিল, বৰ্তমান আছে আৰু ই...

prabandha 0

প্ৰাথমিক বিদ্যালয়ত কাম কৰাৰ মাদকতা

মুক্তিনাথ গোস্বামী মই প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম বৰ্গত পঢ়ি থকা দিনৰ কথা। যোগেন ছাৰে মোৰ লক্ষ্য নামৰ পদ্যটি পঢ়াবলৈ লৈ আমাক সুধিছিল— তহঁতৰ জীৱনৰ লক্ষ্যবোৰ কি কি? ডাক্তৰ, নাৰ্চ, ইঞ্জিনীয়াৰ চাৰিজনমানে উত্তৰ দিছে। মই ঢাৰিত...

asimat-jar-heral-seema 0

মোৰ ভাল লগা এখন গ্ৰন্থ: অসীমত যাৰ হেৰাল সীমা

ভাস্কৰজ্যোতি মহন্ত ল্পনাক যদি কোনো লোকে নিজস্ব শৈল্পিক প্ৰতিভাৰে বৰ্ণনা কৰে, তেতিয়া সেই কল্পনাত বাস্তৱৰ গোন্ধ নাথাকিলেও তাৰ পৰা হৃদয়ে বিচৰা কিবা এটা পোৱা যায়। হৃদয়ে বিচৰা কিবা এটি যদি কল্পনাৰ মাজেতই পাব পাৰোঁ...

editorial 0

এটি সেন্দুৰীয়া সপোনৰ প্ৰতীক্ষাত

সমীয়াত এষাৰ কথা আছে— ‘ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ’। অৰ্থাৎ সামান্য এটা জুই ফিৰিঙতিৰ পৰাই বিৰাট খাণ্ডৱবন জ্বলি-পুৰি নিঃশেষ হৈছিল। কথাষাৰ আমি যোগাত্মক ধৰণেও ল’ব পাৰোঁ— কাৰোবাৰ এটি সৰু চিন্তাৰ পৰাই কালক্ৰমত সমাজৰ মহৎ উপকাৰ...

novel 0

দ্ৰৌপদী

কিশোৰ মনজিৎ বৰা প্ৰথম খণ্ড অৱশেষত মোৰ জীৱনৰ কৰুণ কাহিনীটো মই নিজেই কৈ যাবলৈ ওলালোঁ— মই জানো মোৰ জীৱনৰ ঘড়ী হয়তো আৰু খন্তেক পিছতে স্বয়ং বন্ধ হৈ যাব, মই নিঃচিহ্ন হৈ যাম; মোৰ লগ...

Let's think 0

বৰ্তমান সমাজ আৰু আমি

শিৱানী দেৱী সহকাৰী শিক্ষয়িত্ৰী, ৰাঙলু মিকিৰগাঁও প্ৰাথমিক বিদ্যালয়, কলিয়াবৰ ll the world’s a stage and all the men and women merely players.”— ছেক্সপীয়েৰে কোৱাৰ দৰে পৃথিৱীখন যদি এখন মঞ্চ হয়, আৰু মানুহবিলাক যদি একোজন...